অনান্য কৃতিত্ব

অনান্য কৃতিত্ব :-
Ø  ১৯৯০ চনৰ পৰাই বিভিন্ন সৰ্বভাৰতীয় পৰ্য্যায়ৰ কবিতাৰ উত্সৱ, অনুষ্ঠান, কৰ্মশালা আদিত অংশ গ্ৰহন কৰি আহিছে |  
Ø  ১৯৯৬ চনত ভাৰতীয় লেখকৰ প্ৰতিনিধি হিচাপে বাংলাদেশ ভ্ৰমন কৰি আহে |
Ø  মানব সম্পদ উন্নয়ন মন্ত্ৰনালয়ৰ ফেলশ্বিপ, উদয় ভাৰতী ৰাষ্ট্ৰীয় সম্নান লাভ |
Ø  ইণ্ডিয়ান পোয়েট্ৰি ফৰ দা ইয়ং অন্কালচাৰেল ভ্যেলুজ অন্দা ৱেব নিৰ্বাচক মণ্ডলীৰ সদস্য |
Ø  ২০০১ চনত ফ্ৰান্স-ভাৰত সাংস্কৃতিক বিনিময়ৰ কাৰ্যসূচী লৈ সাহিত্য অকাডেমি উদ্যোগত ফ্ৰান্স ভ্ৰমণ কৰিব যায় |
Ø  সাহিত্য, সমাজ আৰু সংস্কৃতিমূলক সংস্থা কল অফ দা ব্ৰহ্মপুত্ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে |