পৰিচয়

পৰিচয় :- অসমৰ এজন প্ৰখ্যাত আধুনিক কবিতাৰ জগতত ব্যতিক্ৰমী কবিতাৰ সৃষ্টিৰে খলকনি তুলি অহা এই কবিজনৰ জন্ম হৈছিল ১৯৬২ চনত অসমৰ বৰপেটা জিলাৰ পাঠশালাত | পাঠশালাতেই তেখেতৰ শৈশৱকাল অতিবাহিত হয় | কৰ্মসূত্ৰে এজন চৰকাৰী চিকিৎস |  চিকিৎস হিচাপে অসমৰ পাহাৰ ভৈয়ামত কাৰ্যনিৰ্বাহ কৰি আছে যদিওঁ সেই কামত তেখেতৰ আত্মসন্তুষ্টি নাই | ১৯৮৪ চনৰ পৰা কবিতাক জীৱনৰ এক অংশ হিচাপে গ্ৰহন কৰে | ১৯৯১ চনত জীৱনত কাহানিও কবিতা লিখি নোপোৱা পুষ্পাঞ্জলীৰ (ৰিজু)  সৈতে বিবা পাশত আবদ্ধ হয় | তেখেতৰ দুই কন্যা সন্তান, ফুটুকী আৰু মিচিকি