সাহিত্য কৰ্ম


সাহিত্য কৰ্ম :- নীলিম কুমাৰৰ প্ৰথম কবিতা পুথি প্ৰকাশ হয় ১৯৮৫ চনত | এতিয়ালৈ তেখেতে ৰচনা কৰা কবিতা পুথিৰ সংখ্যা প্ৰায় খন | ইয়াৰ উপৰিও তেখেতে খন উপন্যাসো লিখিছে | তেওঁৰ এই সৃষ্টিৰ যোগেদি অসমৰ লগতে সমগ্ৰ বিশ্বৰ কবিতা জগতত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু অলেখ পুৰষ্কাৰো লাভ কৰিছে |  ফৰাচী, ইংৰাজী, হিন্দী, নেপালী, বঙালী, উড়িয়া, মাৰাঠী, গুজৰাটী, তামিল, কন্নড় , পাঞ্জাবী আদি বিভিন্ন ভাষালৈ তেওঁৰ কবিতা অনুবাদ  কৰা হৈছে | ১৯৯৪ চনত প্ৰকাশিত অপ্ৰজনন নামৰ এটি কবিতাৰ বাবে তেখেত বিতৰ্কত সোমাই পৰিছিল | ২০০২ চনত কবিতাৰ বিদ্যালয়ৰ প্ৰস্তাৱ আৰু অকবিতাৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি পুনৰ বিতৰ্কত সোমাই পৰিছিল |

নীলিম কুমাৰৰ প্ৰকাশিত কাব্যগ্ৰন্থ :-
) আচিনাৰ অসুখ
) বাৰী কোঁৱৰ
) পানীত ঢৌ ঢৌবোৰ মাছ
) স্বপ্নৰ ৰেলগাড়ী
)  শেলুৱৈ গধূলি
) তোমালোকৰ কবি
)  কবিতা সমগ্ৰ ()
)  কবিতা সমগ্ৰ ()
)  ধুনীয়া তিৰোতাবোৰ আৰু অন্য কবিতা
১০)  কাইলৈৰ পৰা আপোনাক ভাল পাম, আজি যে এৰাব নোৱাৰা ব্যস্ততা
১১)  নিলীম কুমাৰৰ প্ৰেমৰ কবিতা
১২)  জোনাক ভালপোৱা তিৰোতাজনী
১৩)  আমাৰ আকাশত চাৰিজনী জোন
১৪)  নৰকাসুৰ
) এদিন তোমাৰ ঘৰলৈ যাম, তোমাৰ ' জন্ম হৈছিল সেই দুখৰ ঘৰটো চাই আহিম কোনে কাক কৈছিল
) নীলিম কুমাৰৰ প্রিয় কবিতা
) টোপনিৰ বাগিছা
১৮) Prostitute Moon and other poems  ইত্যাদি | 

নীলিম কুমাৰৰ প্ৰকাশিত উপন্যাস :-
) মাখিত উৰি ফুৰা চিত্ৰকৰ
) আকাশ এপাৰ্টমেণ্ট |